দলংঘাটঃ দৰং জিলাৰ মঙলদৈ চহৰৰ মঙলদৈ গোপীনাথ বৰদলৈ ইনড'ৰ ষ্টেডিয়াম অহা ৪ আৰু ৫ জানুৱাৰীত ৰেনু ডেকা সোঁৱৰণী বেডমিন্টন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

মঙলদৈ ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি মঙলদৈ ক্লাৱে দৰং জিলা ভিত্তিত অনুষ্ঠিত কৰিবলগীয়া প্ৰতিযোগিতাত সপ্তম শ্ৰেণী আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ ল’ব পাৰিব৷ ৭০০২১৬৩৮৮৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।