65
ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই জোধপুৰ আদালতে জামিনত মুক্তি দিলে বলিউডৰ চুপাৰষ্টাৰ ছলমান খানক৷ ৰাজস্থানৰ জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত দ্বিতীয়টো নিশা কটােৱাৰ অন্তত শনিবাৰে মুকলি আকাশৰ তললৈ ওলাই আহিব বলিউডৰ চল্লু ভাই৷
Salman Khan granted bail by Jodhpur Court in #BlackBuckPoachingCase pic.twitter.com/SvtyQk1RxY