77
ডিজিটেল ডেস্কঃ বন্ধ হৈ যাব পাৰে আপোনাৰ বেংক একাউন্ট৷ আপোনাৰ অনুমতি অবিহনেই বেংকে বন্ধ কৰিব আপোনাৰ একাউন্ট৷ আয়কৰ বিভাগে জনাইছে এই তথ্য৷
যদিহে গ্ৰাহকসকলে একাউন্টত নিজৰ প্ৰমাণ পত্ৰ নিদিয়ে তেন্তে এই ব্যৱস্থা গ্ৰহণ কৰিব বেংকসমূহে৷ চলিত বৰ্ষৰ ৩০ এপ্ৰিলৰ ভিতৰত গ্ৰাহকে জমা দিব লাগিব উক্ত তথ্য৷