55
পাঞ্জাবাৰীঃ বিদ্যুতৰ সঘন আহ-যাহত অতিষ্ঠ হৈ পৰিছে মহানগৰীৰ বশিষ্ঠৰ ৰাইজ৷ নিশাটো দূৰৰে কথা দিনতে লুকা-ভাকু খেলা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে বশিষ্ঠবাসী।
বিদ্যুৎ বিভাগৰ গড়ভঙা উপ-সংমণ্ডলত স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।