Home ৰাজ্যভাৰতীয় ষ্টেট বেংকৰ ধিং শাখাত গ্ৰাহকৰ দুৰৱস্থা

ভাৰতীয় ষ্টেট বেংকৰ ধিং শাখাত গ্ৰাহকৰ দুৰৱস্থা

by News Desk
A+A-
Reset
sbi1

গুনমনি কলিতা, বটদ্ৰৱাঃ ভাৰতীয় ষ্টেট বেংকৰ ধিং শাখাত সম্প্ৰতি বিৰাজ কৰিছে অচলাৱস্থা। নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চলত একমাত্ৰ বৃহৎ বিত্তীয় প্ৰতিষ্ঠান হিচাপে পৰিগণিত ষ্টেট বেংকৰ ধিং শাখাই ধিং, বটদ্ৰৱা, মৈৰাবাৰী, লাহৰিঘাটকে আদি কৰি এক বৃহত্তৰ অঞ্চলৰ জনসাধাৰণক  সেৱা আগবঢ়ায় আহিছে। কিন্তু বৰ্তমান বেংকৰ শাখাটোত গ্ৰাহক অনুপাতে কৰ্মচাৰীৰ অভাৱৰ ফলত দৈনিক কাম-কাজত এক স্থবিৰতা আহি পৰিছে।

‘নিউজ next one’ৰ তৰফৰপৰা এই সন্দৰ্ভত কৰা অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি ভাৰতীয় ষ্টেট বেংক ধিং শাখালৈ দৈনিক বিভিন্ন এলেকাৰপৰা প্ৰায় ডেৰৰপৰা দুই সহস্ৰাধিক গ্ৰাহকৰ আগমন ঘটে৷ কিন্তু একোটা সাধাৰণ কামৰ বাবেও অপেক্ষা কৰিব লগা হয় ঘন্টাৰ পাছত ঘন্টা৷ প্ৰায়েই গ্ৰাহকসকল নিজৰ কাম কৰিব নোৱাৰি বিফল মনোৰথ লৈ ঘূৰি যাব লগাত পৰে। এটা কামৰ বাবে বেংকটোলৈ যাব লগা হয় দিনৰ পাছত দিন৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0