এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত থলুৱা ইছলামধৰ্মীক বিদেশী ন্যায়াধীকৰণৰদ্বাৰা...

Home ৰাজ্যএন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত থলুৱা ইছলামধৰ্মীক বিদেশী ন্যায়াধীকৰণৰদ্বাৰা হাৰাশাস্তি

এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত থলুৱা ইছলামধৰ্মীক বিদেশী ন্যায়াধীকৰণৰদ্বাৰা হাৰাশাস্তি

by News Desk
62 views
A+A-
Reset

গুৱাহাটীঃ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখন দেওবাৰে গুৱাহাটীৰ শিলপুখুৰীৰ জাগৰণ অতিথিশালাত অনুষ্ঠিত হয়৷ সংগঠনটোৰ সভাপতি হাফিজুল আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সাধাৰণ সম্পাদক আজিজুল ৰহমানে৷ 

সভাই যোৱা ১৪ ফেব্ৰুৱাৰীত পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা শ্বহীদ চি আৰ পি এফ জোৱানৰ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা জনাই শ্বহীদৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ সংগঠনটোৱে সন্ত্ৰাসবাদীৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দেশৰ লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াৰ দাবী জনায় চৰকাৰক৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0