60
বেইজিংঃ এতিয়াৰপৰা কোনো অপৰাধীয়েই অপৰাধ সংঘটিত কৰি লুকুৱাব নোৱাৰিব মুখ।
কেমেৰাৰ সন্মুখত কাপোৰ বা হাতেৰে মুখ ঢাকি গোপন কৰিব নোৱাৰিব আত্ম পৰিচয়। কেমেৰাত ধৰা পৰাৰ পাছত অপৰাধীজনৰ মনস্তত্ত্ব, পৰিচয়, ঘৰৰ ঠিকনা সকলোবোৰ জানিবৰ বাবে সাজু কৰি উলিওৱা হৈছে এটা অত্যাধুনিক ছফটৱেৰ।