গেৰুৱা ঘৰৰ পৰা বেনজীৰক বিদায়, সংখ্যালঘু এলেকাত প্ৰতিক্ৰিয়া

Home ৰাজ্যগেৰুৱা ঘৰৰ পৰা বেনজীৰক বিদায়, সংখ্যালঘু এলেকাত প্ৰতিক্ৰিয়া

গেৰুৱা ঘৰৰ পৰা বেনজীৰক বিদায়, সংখ্যালঘু এলেকাত প্ৰতিক্ৰিয়া

by News Desk
117 views
A+A-
Reset

গুৱাহাটীঃ ছচিয়েল মিডিয়াত ম্যানমাৰৰ ৰোহিংগীয়া মুছলমানৰ হৈ আপডেট দিয়াৰ বাবে বিজেপিয়ে এগৰাকী সংখ্যালঘু নেত্ৰীক দলৰ পৰা নিলম্বন কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ সংখ্যালঘু অঞ্চলত৷ যোৱা ১৪ চেপ্তেম্বৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা বিজেপিৰ অন্যতম সংখ্যালঘু নেত্ৰী বেনজিৰ আৰফানক দলৰ পৰা বহিস্কাৰ কৰে বিজেপিয়ে৷

ৰাজ্যিক বিজেপিৰ সাধাৰন সম্পাদক দিলীপ শইকীয়াই নেত্ৰীগৰাকীক নিলম্বন সন্দৰ্ভত অৱগত কৰাৰ লগতে কৰাণ দৰ্শোৱাৰ জাননী জাৰি কৰে৷ গুৱাহাটী মহানগৰীৰ United Minority Peoples Forum নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আয়োজন কৰা এটি অনুষ্ঠানৰ হৈ ফেচবুকত পোষ্ট দিছিল বেনজিৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0