138
ডিজিটেল ডেস্কঃ আঠ বছৰীয়া প্ৰেমৰ অন্তত বিবাহত বহিবলৈ সাজু হৈছে জনপ্ৰিয় কমেডিয়ান অভিনেত্ৰী ভাৰতী সিঙে। টেলিভিচন পৰ্দাৰ ৰিয়েলিটি শ্ব’ৰ যোগেৰে কমেডিয়ান হিচাপে প্ৰতিষ্ঠা লাভ কৰা চুটি চাপৰ শকত ছোৱালী জনী এতিয়া হ’বলৈ ওলাইছে এঘৰৰ বোৱাৰী আৰু কাৰোবাৰ পত্নী৷
