70
গুৱাহাটীঃ পাঞ্জাবাৰীৰ বতাহঘূলিত সাংস্কৃতিক গোষ্ঠী ঐতিহ্য অসমৰ উদ্যোগত ভঠেলি উৎসৱ উদযাপন সমিতিৰ সহযোগত ১৪ মে’ত দিনযোৰা কাৰ্য্যসূচীৰে ভঠেলি উৎসৱ উদযাপন হৈ যায়।
১৪ মে’ৰ পুৱা ১১ বজাত অবিভক্ত কামৰূপ জিলা ভিত্তিত অনুষ্ঠিত স্বৰ্গীয় প্ৰভাৱতী তালুকদাৰ সোঁৱৰণী বিয়াগীত প্ৰতিযোগিতা উদ্বোধন কৰে ঐতিহ্য অসমৰ সভাপতি মুকুল গোস্বামীয়ে।