চীয়াং নদীত বৃহৎ বান্ধ নিৰ্মাণ হ’ব নিদিয়াৰ পোষকতা অৰুণাচলৰ কৃষকৰ

Home গুৱাহাটীচীয়াং নদীত বৃহৎ বান্ধ নিৰ্মাণ হ’ব নিদিয়াৰ পোষকতা অৰুণাচলৰ কৃষকৰ

চীয়াং নদীত বৃহৎ বান্ধ নিৰ্মাণ হ’ব নিদিয়াৰ পোষকতা অৰুণাচলৰ কৃষকৰ

by News Desk
80 views
A+A-
Reset

গুৱাহাটীঃ চৰকাৰে চিয়াং তথা ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণ কৰিবলৈ সাজু হোৱা বৃহৎ নদীবান্ধৰ বিৰুদ্ধে চিয়াং ইণ্ডিজেনিয়াছ ফাৰমাৰ ফ’ৰামে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰে৷ সংগঠনটোৰ সাধাৰণ সম্পাদক তাসিক পাংকামে চিয়াং নদী চিয়াং উপত্যকাবাসীৰ বাবে জীৱন ৰেখা বুলি কয়। নদী খনৰ পাৰে পাৰে বসবাস কৰা লোকসকলৰ বাবে তথা জনজাতিসকলৰ বাবে চিয়াং নদী বহু মূল্যৰ সম্পদ বুলি অভিহিত কৰে অৰুণাচলৰ কৃষক সংগঠনটোৱে।

পুৰণি কালৰ পৰাই চিয়াং নদী জনজাতি জীৱন নিৰ্বাহৰ সম্বল৷ সাংস্কৃতিক দিশতেই হওঁক কৃষিয়েই হওঁক চিয়াং নদী আৰ্শীবাদ স্বৰূপ। অকল আদি জনজাতি নতুবা চিয়াং উপত্যকাবাসীয়ে নহয় সমগ্ৰ অসম ভূমি এই নদীৰ পানীৰ লগত জড়িত। যদি বৃহৎ বান্ধ নিৰ্মাণ কৰা হয় তেন্তে অসম আৰু অৰুণাচলৰ সমাজ জীৱনক বিৰূপ প্ৰভাৱ পৰিব৷ কিন্তু বৰ্তমানে চিয়াং নদীৰ ওপৰত হবলৈ গৈ থকা ১০,০০০ মেগাৱাটৰ বান্ধটো যদি সম্পূৰ্ণ হৈ উঠে, তেতিয়া চিয়াং উপত্যকাৰ লগতে অসমো ধ্বংসৰ দিশে গতি কৰিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0