Home ৰাজ্যবিহালী বনাঞ্চলত নিৰ্বিবাদে চলিছে অৰুণাচলীৰ আগ্ৰাসন, গা লৰা নাই প্ৰশাসনৰ

বিহালী বনাঞ্চলত নিৰ্বিবাদে চলিছে অৰুণাচলীৰ আগ্ৰাসন, গা লৰা নাই প্ৰশাসনৰ

by News Desk
A+A-
Reset
bihali

বিহালীঃ ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে খ্যাত বিহালী সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিন ধৰি একাংশ অৰুণাচলী দুষ্কৃতিকাৰীয়ে শ শ বিঘা বনাঞ্চল ধ্বংস কৰি আগ্ৰাসন অব্যাহত ৰাখি বিভিন্ন ধৰণৰ খেতি, ঘৰ-দুৱাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান নিৰ্মাণ কৰি আহিছে।

এই সমগ্ৰ বিষয়টো দেখি-শুনিও চকু মুদা কুলিৰ ভাও ধৰি আছে অসম চৰকাৰ তথা জিলা প্ৰশাসন। যাৰ ফলত দিনক দিনে অৰুণাচলী দুষ্কৃতিকাৰীয়ে আৰু অধিক আগ্ৰাসী হৈ পৰা পৰিলক্ষিত হৈছে। চৰকাৰ তথা বিয়াগোম বন বিভাগে বনাঞ্চল তথা অসমৰ ভূমি ৰক্ষাত ব্যৰ্থ হোৱাৰ বাবেই ২০১৪ চনত অসমৰ ৰাইজে  সীমান্তত মানৱ বেৰা নিৰ্মাণেৰে অৰুণাচলীৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ সীমান্তত অৱস্থান কৰিছিল আৰু সেই সময়তে অৰুণাচলৰ একাংশ দুষ্কৃতিকাৰীয়ে সীমান্ত প্ৰহৰীৰ ১৫ জন  অসমীয়াক নিৰ্বিচাৰে গুলিয়াই হত্যা কৰি সমগ্ৰ দেশ জোকাৰি যোৱা চাউলধোৱা গণহত্যা সংঘটিত সংঘটিত কৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0