71
বিহালীঃ বৃহত্তৰ অসমীয়া জাতিৰ অংগ তথা অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী, চাহ জনগোষ্ঠীৰ অন্যতম জাতীয় সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ ‘আছাৰ’ বিহালী আঞ্চলিক সমিতিৰ অন্তৰ্গত এখন শাখা সমিতি সোমবাৰে বিহমাৰী জাৰনীত গঠন কৰা হয়।
বিহালী আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক পৱন বাউৰীয়ে।