111
বৰপথাৰঃ সদৌ অসম চুতীয়া ছাত্র সন্থাৰ অন্তর্গত ধনশিৰি মহকুমা সমিতিৰ উদ্যোগত ধনশিৰি মহকুমা চুতীয়া ছাত্র সন্থাৰ কাৰ্যালয়ত সৰুপথাৰ আঞ্চলিক সমিতি গঠনৰ উদেশ্যে এখনি সাধাৰণ সভা অনুষ্ঠিত হয়।
চুতীয়া ছাত্র সন্থাৰ ধনশিৰি সমিতিৰ সাধাৰণ সম্পাদক অভিজিৎ শইকীয়াই আঁত ধৰা সভাখনিত সভাপতিত্ব কৰে ধনশিৰি মহকুমা চুতীয়া ছাত্র সন্থাৰ উপদেষ্টা তুলসী চুতীয়াই।