78
ডিজিটেল ডেস্কঃ সময় থাকোতেই ক্ৰয় কৰা উচিত আপোনাৰ পচন্দৰ বাইকখন৷ কিয়নো দেশৰ সৰ্ববৃহৎ কৰ সংশোধন বুলি বিবেচিত পণ্য আৰু সেৱা কৰৰ চমুকৈ জিএছটিৰ বাবেই দাম বাঢ়িব বাইকৰ৷
জিএছটিৰ বাবে সকলো বাইকত ধাৰ্য্য কৰা হৈছিল ২৮% কৰ৷ কিন্তু ৩৫০ চিচিৰ ওপৰৰ ইঞ্জিন কেপাচিটিৰ বাইকবোৰৰ ক্ষেত্ৰত এতিয়া ভৰিব লাগিব অতিৰিক্ত ৩% কৰ৷ এই অতিৰিক্ত কৰৰ বাবে আটাইতকৈ সমস্যাত পৰিব কেটিম।