দুটা শিশু সন্তান এৰি থৈ কি ৰহস্যত আলেমা খাতুনে ফাঁচী লৈ আত্মহত্যাৰ পথ বাছি ল’লে??

 | by NNO Correspondent  |  0
Printer-friendly version

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত কঠালদি দ্বিতীয় খণ্ড গাঁওৰ হজৰত আলীৰ পত্নী দুটা শিশু সন্তানৰ মাতৃ আলেমা খাতুনে কি কাৰণত ফাঁচী লৈ আত্মহত্যা কৰিলে এয়া এক ডাঙৰ প্ৰশ্ন উথাপিত হৈছে ৰাইজৰ মাজত। 

এই সন্দৰ্ভত ওচৰ-চুবুৰীয়াই বিলাসীপাৰা আৰক্ষী নিৱেশত অৱগত কৰে যদিও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিলাসীপাৰা আৰক্ষী নিৱেশলৈ লৈ আহে।