Home ৰাজ্যবিলাসীপাৰা ছুৱাপাতাত অজগৰ উদ্ধাৰ

বিলাসীপাৰা ছুৱাপাতাত অজগৰ উদ্ধাৰ

by News Desk
A+A-
Reset
fdf94fa9-012e-4b39-99a1-40cd7c4b668f

বিলাসীপাৰাঃ বিলাসীপাৰা মহকুমাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ ছুৱাপাতা চতুৰ্থ খণ্ড গাঁওৰ ছোৱাহান আলী মুছুল্লীৰ নিজ বাসভৱনৰ আম গছৰ ওপৰত বুধবাৰে ৰাতিপুৱা ৭ টা মান বজাত প্ৰায় ৯ হাত এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হোৱা ঘটনাকলৈ অঞ্চলটোত এক আতংকৰ সৃষ্টি হৈছে। 

এই সন্দৰ্ভত ৰাইজে বিলাসীপাৰা মহকুমা বন বিষয়াক অৱগত কৰে যদিও বন বিষয়া আৰু বন আৰক্ষী সকলে ঘটনাস্থলীত উপস্থিত হৈ অজগৰটো উদ্ধাৰ কৰি লৈ যায় বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0