Home ৰাজ্যবলিৰচৰত ঈদৰ আনন্দৰ মাজতে ক্ষোভৰ জুই, ভঙা দলং পাৰ হৈ যাব লগা হল নামাজলৈ

বলিৰচৰত ঈদৰ আনন্দৰ মাজতে ক্ষোভৰ জুই, ভঙা দলং পাৰ হৈ যাব লগা হল নামাজলৈ

by News Desk
91 views
A+A-
Reset

newsnextone.com | বিলাসীপাৰাঃ সমগ্ৰ বিশ্বৰ লগতে অসম ৰাজ্যৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰ চৰ গাঁও বলিৰচৰ গাঁৱতো উলহ মালহেৰে ঈদ-উল-আজহা পালন কৰা হয় যদিও গাঁও পঞ্চায়ত খনৰ ৰাস্তা ঘাটৰ দূৰৱস্থাৰ ফলত বলিৰচৰ গাঁওবাসীয়ে বলিৰচৰ ঈদগাহ ময়দানত নামাজ আদায় কৰিবলৈ অহাত জীয়াতু ভূগীবলগীয়া হৈছে। 

যাৰ ফলত আজি পবিত্ৰ ঈদৰ দিনাও অঞ্চলবাসীয়ে চৰকাৰ আৰু গাঁও পঞ্চায়তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে, মায়াৰ চৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্রী মহিৰণ নেছাই একেৰাহে তিনি বাৰ নিৰ্বাচিত হৈছিল যদিও তেওঁ পঞ্চায়তখনৰ উন্নয়নৰ বাবে একো কামেই নকৰিলে বুলি ৰাইজে অভিয়োগ উত্থাপন কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0