120
জহিৰুল ইছলাম, বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ অন্তৰ্গত শগুনমাৰী গাঁও পঞ্চায়তত বান আক্রান্ত সকলৰ মাজত প্ৰতিজন প্ৰতি ৯০০ গ্ৰামকৈ চাউল, দাইল, মিঠাতেল, নিমখ আদিকে ধৰি শান্তিপূৰ্ণভাৱে সাহাৰ্য্য বিতৰণ কৰে পঞ্চায়তখনৰ অতি জন দৰদী সভাপতি আতোৱাৰ হোসেনে।