110
জহিৰুল ইছলাম, বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত বিলাসীপাৰা ৬ নন্বৰ ওৰ্ৱাডৰ বাসিন্দা নিলিমা খাতুনক প্ৰসৱ কৰাৰ বাবে নিশাৰ ভাগত বিলাসীপাৰা মাতৃ মংগল আৰু শিশু কল্যাণ কেন্দ্ৰত লৈ আহে।
যদিও বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডঃ ওৱাহেদুৰ ৰহমানৰ চৰম গাফিলতিত প্ৰসৱ কৰাৰ যমজ সন্তান হোৱাৰ ৪-৫ ঘন্টা মান পিছত আজি ৰাতিপুৱা অনুমান ৬ মান বজাত প্ৰসূঁতি মাতৃ নিলিমা খাতুনৰ মৃত্যু মুখত পৰে।