60
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জয়চান্দলাল সিংহী সোঁৱৰণি বাবুৰহাট স্পোৰ্টছ ক্লাব আৰু লাইব্ৰেৰীৰ সৌজন্যত গোৱালেৰ চৰ বাবুৰহাট প্ৰাংগণত অষ্টম বাৰ্ষিক দিবা-নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।
দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি শুকুৰবাৰে পুৱা ঌ বজাত পতাকা উত্তোলন। পতাকা উত্তোলন কৰে কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সভাপতি হুৰমুজ আলীয়ে।