19
May
2019
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/bp.jpg?itok=jQ8tAy0t)
বিলাসীপাৰাঃ Aircraft Maintenance Engineering (AME CET-Examinationত 2019)ত নয়নজ্যোতি নাথে EDUCATE INSTITUTE গুৱাহাটী Coachingৰপৰা অসমৰ ভিতৰত ৯৮ শতাংশ নন্বৰ পাই প্ৰথম স্থান লাভ কৰি ধুবুৰী তথা বিলাসীপাৰা মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে।