66
বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা শিক্ষাখণ্ডৰ অন্তৰ্গত বৰকান্দা পিপ’লছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন সহঃশিক্ষকে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।
কিন্তু দুৰ্নীতিৰ ঘটনাত জড়িত থকা শিক্ষক কেইজনে হঠাৎ নিজৰ হাতত আইন তুলি লৈ প্ৰহাৰ কৰে একেখন বিদ্যালয়ত কৰ্মৰত শিক্ষক ইক্ৰাম আলী মোল্লাক।