52
ডিজিটেল ডেস্কঃ আমাজানৰ প্ৰতিস্থাপক আৰু দা ৱাশ্বিংটন পোষ্টৰ মালিক জেফ বেজ’চ এটা বেলাৰ বাবে বিশ্বৰ সৰ্বাধিক ধনবান ব্যক্তি হিচাপে পৰিগণিত হয়।
২০১৩ চনৰ মে মাহৰ পৰা এই স্থান দখল কৰি থকা মাইক্ৰচফটৰ বিল গেটচক চেৰ পেলাই বৃহস্পতিবাৰে এই স্থান দখল কৰে জেফে।