79
গুৱাহাটীঃ দুই মহিলা সাংবাদিক ৰঞ্জিতা ৰাভা আৰু নিপা কাকতিলৈ আগবঢ়োৱা হৈছে সমাজকৰ্মী বীণা দেৱী সোঁৱৰণী বঁটা। আজি আন্তৰ্জাতিক মাতৃ দিৱসৰ দিনটোতে এই মহিলা সাংবাদিক দুগৰাকীক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হয়।
ব্ৰহ্মপুত্ৰ বসন্ত উৎসৱ আৰু আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ব্ৰহ্মপুত্ৰ-বৰাক ছ’চাইটি অসম, সমাজ-সাংস্কৃতিক সন্থা আৰু অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে এই বঁটা ঘোষণা কৰিছিল।