63
ডিজিটেল ডেস্কঃ অৱশেষত ১৯৯৭ চনৰ মিচ ৱৰ্ল্ড খিতাপ অৰ্জনকাৰী ডায়েনা হেডনৰ ওচৰত ক্ষমা খুজিলে ত্ৰিপুৰাৰ মুখমন্ত্ৰী বিপ্লৱ দেৱে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ডায়েনাৰ ওচৰত ক্ষমা বিচাৰি কয়, ‘মই ত্ৰিপুৰাৰ হস্ত উদ্যোগৰ বিষয়ে কব বিচাৰিছিলো৷ তাৰ মাজতে ডায়েনাৰ বিষয়ে কোৱা গ’ল৷ যদি মোৰ এনে কাৰ্যৰ কাৰণে কোনোৱাই দুখ পাইছে অথৱা অপমানবোধ কৰিছে, তেন্তে মই তাৰ বাবে ক্ষমা বিচাৰিছো৷ মই মহিলাসকলক মাতৃ জ্ঞান কৰোঁ৷’