Home ৰাজ্যকুমলীয়া শাখা সাহিত্য সভাৰ উদ্যোগত কুমলীয়াত কৃৰ্তী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন

কুমলীয়া শাখা সাহিত্য সভাৰ উদ্যোগত কুমলীয়াত কৃৰ্তী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন

by News Desk
A+A-
Reset
de8efbcc-8c86-4c0a-850c-cd7ebe2a9aed

আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ ক্ৰমাৎ ৰাজ্যত অসম আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰতি দ্বায়ৱদ্ধশীল ব্যক্তিৰ অভাৱত দিনক দিনে বৃদ্ধি পাইছে জাতীয় সংকট৷ অসম সাহিত্য সভাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি হিৰণ্য হাজৰিকাই ছাত্ৰ-ছাত্ৰী সকলক একাগ্ৰতাৰে অধ্যয়ন কৰি এজন সু-নাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰি সমাজৰ হকে নিষ্ঠা আৰু দায়িত্ব সহকাৰে সেৱা আগবঢ়াই যাব লাগিব।  

এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সাহিত্য সভাৰ উদ্যোগত কুমলীয়াত অনুষ্ঠিত হোৱা এক অভিনন্দন অনুষ্ঠানত। কুমলীয়া শাখা সাহিত্য সভাৰ উদ্যোগত ২০১৯ বৰ্ষৰ  হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ উদ্দেশ্যে কুমলীয়া হাইস্কুল প্ৰাংগনত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। কুমলীয়া শাখা সাহিত্য সভাৰ সভাপতি আশ্ৰফ আলিয়ে সভাৰ আসন অলংকৃত কৰা সভাখনত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক জাকিৰ হুছেইনে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0