Home ৰাজ্যএনআৰচিৰ আপত্তিকৰণৰ নামত ভাৰতীয়ক হাৰাশাস্তি বন্ধৰ দাবীৰে নেমছুৰ স্মাৰক-পত্ৰ

এনআৰচিৰ আপত্তিকৰণৰ নামত ভাৰতীয়ক হাৰাশাস্তি বন্ধৰ দাবীৰে নেমছুৰ স্মাৰক-পত্ৰ

by News Desk
68 views
A+A-
Reset

আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত শেহতীয়াকৈ আপত্তিৰ ক্ষেত্ৰত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক একাংশ দুষ্ট চক্ৰই যধে-মধে এনআৰচিৰ আপত্তি দাখিল কৰি এনআৰচিৰ কাম-কাজত বাধা দিয়াৰ লগতে সৰ্বসাধাৰণ ৰাইজক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ জিলা উপায়ুক্তক দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে।

বিশ্বনাথ জিলা সমিতিৰ সভাপতি মুস্তাক আহমেদ, সাধাৰণ সম্পাদকদ্বয় মুস্তাফিজুৰ ৰহমান, হাফিজ মণ্ডল, সহকাৰী সম্পাদক মহিবুৰ ৰহমান, প্ৰচাৰ সম্পাদক আমিৰ খুচৰুৰ স্বাক্ষৰিত দাবী সম্বলিত স্মাৰক-পত্ৰখন জিলা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত প্ৰদান কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0