59
গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনত কেৱল ৰাজ্যখনৰ বিজেপি কৰ্মীৰ মাজতেই নহয়, সাধাৰণ জনতাৰ মাজতো উলাহৰ মাজতে চৰকাৰী কাৰ্যালয়ো হৈ পৰিছে যেন গেৰুৱা দলটোৰ দলীয় কাৰ্যালয়।
তিনিবছৰীয়া বৰ্ষপূৰ্তি পালন কৰা নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ উচাহৰ ৰঙে চৰকাৰী অফিছ-কাছাৰীকো গেৰুৱা কৰিবলৈ নেৰিলে। এনেই এক নীতিবৰ্হিৰ্ভূত দৃশ্য দেখা গ’ল ৰাজ্যখনৰ চৰকাৰী পৰিবহন কাৰ্যালয়ত।