বিজেপিৰ দাদাগিৰি, আত্মহত্যা কৰিবলৈ বাধ্য হ’ল সাধাৰণ নাগৰিক

Home ৰাজ্যবিজেপিৰ দাদাগিৰি, আত্মহত্যা কৰিবলৈ বাধ্য হ’ল সাধাৰণ নাগৰিক

বিজেপিৰ দাদাগিৰি, আত্মহত্যা কৰিবলৈ বাধ্য হ’ল সাধাৰণ নাগৰিক

by News Desk
71 views
A+A-
Reset

নলবাৰীঃ ক্ষমতাৰ ৰাগীয়ে এতিয়া মূৰত ধৰিছে একাংশ বিজেপি নেতা-কৰ্মীৰ৷ ৰাজ্যৰ উচ্চবৰ্গীয় নেতৃবৃন্দৰ ময়মতালি স্বভাৱ প্ৰত্যক্ষ কৰি এতিয়া তৃণমূল বিজেপি নেতা-কৰ্মীৰো আৰম্ভ হৈছে ক্ষমতাৰ অপপ্ৰয়োগ৷ কেন্দ্ৰ আৰু ৰাজ্য সকলোতে বিজেপি চৰকাৰ অধিষ্ঠিত হোৱাৰ পাছত এতিয়া বিজেপি নেতা-পালিনেতাৰ মনত বৃদ্ধি পাইছে ‘কোনে কি কৰিব পাৰে’ ধৰণৰ মনেভাৱ৷ যাৰ পৰিনতিতে আত্মহননৰ দৰে পথ বাচি লবলগীয়া হ’ল এজন সাধাৰণ নাগৰিকে৷

প্ৰাপ্ত অভিযোগ অনুসৰি, নলবাৰী জিলাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টি ধৰ্মপুৰৰত বিজেপি কৰ্মীৰ অত্যাচাৰত এজন লোকে আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ এই ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জনিব পৰা মতে, বৰনদ্দীৰ চুৰচুৰি গাঁৱৰ অনন্ত হাজৰিকা (৫৬) নামৰ ব্যক্তি গৰাকীয়ে বৃহস্পতিবাৰে চিপজৰী লৈ আত্মহত্যা কৰে৷ হাজৰিকাই একাংশ বিজেপি কৰ্মীৰ উৎপীড়ন সহ্য কৰিব নোৱাৰি আত্মহননৰ পথ বাছি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়াল আৰু স্থানীয় ৰাইজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0