Home দেশজল্পনা-কল্পনাৰ অৱসান, মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা

জল্পনা-কল্পনাৰ অৱসান, মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা

by News Desk
96 views
A+A-
Reset

ইম্ফলঃ আজি মণিপুৰৰ ৬০ জনীয়া বিধানসভাৰ ৩২ জনৰ সমৰ্থনসম্বলিত পত্ৰ ৰাজ্যপাল নাজমা হেপতুল্লাৰ দপ্তৰত দাখিল কৰাৰ পিছতেই মুখ্যমন্ত্ৰী পদৰ বাবে নেতাৰ নাম চুড়ান্ত কৰিছে বিজেপিয়ে। ৰাজ্যখনত দুদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই ৰুদ্ধদ্বাৰ বৈঠকত অন্তত ঘোষণা কৰা হ’ল মুখ্যমন্ত্ৰীৰ নাম। মুখ্যমন্ত্ৰী পদৰ বাবে বিজেপিয়ে এন বীৰেণ সিঙৰ নাম ঘোষণা কৰিছে। 

বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী পিযুশ গোয়েলে বৈঠকত এন বীৰেণ সিঙৰ নাম প্ৰস্তাৱিত হোৱা বুলি সাংবাদিকক জনায়। উল্লেখ্য যে বিধানসভা নিৰ্বাচনত ২১ খন আসন লাভ কৰা বিজেপি দলটোক সমৰ্থন দিছে নেশ্যনেল পিপলচ পাৰ্টিৰ ৪ জন, নাগা পিপলচ ফ্ৰণ্টৰ ৪ জনে আৰু এলজেপিৰ এজন আৰু দুজন অইন প্ৰাৰ্থীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0