46
ডিজিটেল ডেস্কঃ জুলাই মাহত হ’বলগা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে কংগ্ৰেছ দলৰ সৈতে একমতত উপনীত হৈ ৰাষ্ট্ৰপতি প্ৰাৰ্থী বাচনি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
এই মৰ্মেই আজি কংগ্ৰেছৰ অধক্ষ্য ছোনিয়া গান্ধীক সাক্ষাত কৰিব গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু নগৰ উন্নয়ন মন্ত্ৰী এম ভেংকয়া নাইডুৱে।