Home ৰাজনীতিতামুলপুৰত ছাত্ৰ সন্থাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কলা পতাকা

তামুলপুৰত ছাত্ৰ সন্থাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কলা পতাকা

by News Desk
A+A-
Reset
black

তামুলপুৰঃ বাক্সা জিলাৰ ৰঙিয়া-তামুলপুৰ-ভূটান পথৰ মটঙা চকত আজি সন্ধিয়া প্ৰায় ৬-৩৫ বজাত তামুলপুৰ মহকুমা ছাত্ৰ সন্থাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কলা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে। আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ সুৱাগপুৰত  ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ ঘৰত এক বিয়াৰ অনুষ্ঠানত ভাগ লবলৈ গৈছিল।

বিয়াৰ পৰা নাগ্ৰীজুলি-তামুলপুৰ-ৰঙিয়া পথেৰে আহি থকাৰ খবৰ পাই তামুলপুৰ মহকুমা আছুৰ এটি দলে তামুলপুৰ মটঙা চকত খাপ পিতি থাকে আৰু মন্ত্ৰী গৰাকীৰ কনভয় তামুলপুৰৰ মটঙা চক পোৱাৰ লগে লগে আছু কৰ্মী সকলে কলা পতাকা দেখুৱাই বিজেপি গো বেক, হিমন্ত বিশ্ব মূর্দাবাদ আদিকে ধৰি চৰকাৰ বিৰোধী শ্লোগান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0