Home ৰাজ্যবোকাজানত চিকিৎসকৰ বিৰুদ্ধে যুৱতী ৰোগীক নিৰ্যাতনৰ অভিযোগ

বোকাজানত চিকিৎসকৰ বিৰুদ্ধে যুৱতী ৰোগীক নিৰ্যাতনৰ অভিযোগ

by News Desk
A+A-
Reset
doctr kadri

বোকাজানঃ কৰ’নাক লৈ চৌদিশে আতংক অব্যাহত থকাৰ মাজতে বোকাজানত বুধবাৰে সংঘটিত হৈছে চিকিৎসকৰ দৰে পৱিত্ৰ বৃত্তিক কলংকিত কৰা এক ঘটনা। অভিযোগ অনুসৰি বোকাজান খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ এজন চিকিৎসকে চিকিৎসাৰ বাবে যোৱা এগৰাকী যুৱতী ৰোগীক যৌন আতিশয্য চলায়। 

যি সময়ত কৰ’নাৰ সৈতে যুদ্ধখনত চিকিৎসকসকলক বিশেষ মৰ্যাদা দিয়া হৈছে সেই সময়তে এই কাণ্ডই বোকাজানবাসীৰ চকু কপালত তুলিছে। ঘটনাৰ বিৱৰণী অনুসৰি যুৱতীগৰাকীয়ে চিকিৎসাৰ বাবে আজি দিনৰ প্ৰায় ১১ বজাত বোকাজান খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ হোমিও বিভাগৰ শ্বেখ আহমেদ আলি কাদাৰীয়া নামৰ চিকিৎসকজনৰ ওচৰত চিকিৎসা গ্ৰহণ কৰিবলৈ আহে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0