121
♦ আলোক যোশী
পানী সম্পূৰ্ণ হৈ নথকা গিলাচ এটাক আপুনি ইচ্ছা কৰিলে আধা ভৰ্তি হৈ থকা বুলিও ক’ব পাৰে, নহ’লে ক’ব পাৰে আধা খালী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণটোও ঠিক তেনেধৰণৰ।