Home বিশ্বআফগানিস্তানত সন্ত্ৰাবাদীৰ আক্ৰমণ, নিহত ৬৩

আফগানিস্তানত সন্ত্ৰাবাদীৰ আক্ৰমণ, নিহত ৬৩

by News Desk
62 views
A+A-
Reset

ডিজিটেল ডেস্কঃ আফগানিস্তানত পুনৰ সংঘটিত হ’ল সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ৷ শুকুৰবাৰে কেইটামান ঘন্টাৰ ভিতৰতে দুটাকৈ পৃথক আক্ৰমণৰ ঘটনাত ৬৩গৰাকী লোকৰ মৃত্যু হয় আফগানিস্তানত৷ আল জাজিৰা নিউজ চেনেলৰ মতে শুকুৰবাৰে জুম্মাৰ নামাজৰ সময়তে মছজিদত প্ৰবেশ কৰি সন্ত্ৰাসবাদীয়ে জধে-মধে গুলীচালনা কৰে৷ ৰাজধানী কাবুলৰ মছজিদত সংঘটিত এই ঘটনাত ৩০গৰাকী লোক নিহত হয়৷

আহত হয় প্ৰায় ৪৫গৰাকী লোক৷ কাবুল আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া মোহম্মদ চেলিমে জনোৱা মতে, নামাজ পঢ়ি থকাৰ সময়তে গুলী চলাই সন্ত্ৰাসবাদীয়ে৷ গুলীচলাই মানুহক হত্যা কৰি সন্ত্ৰাবাদীয়ে বোমা বিস্ফোৰণ কৰি নিজেও আত্মাহত্যা কৰে বুলি কয় চেলিমে৷ কাবুলৰ দষ্টিৰ ইমাম জামান মছজিদত সংঘটিত হয় এই ঘটনা৷ আৰক্ষীয়ে মছজিদৰ পৰা ৩০টা মৃতদেহ উদ্ধাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0