Home ৰাজ্যপশ্চিম নলবাৰীৰ গংগাধৰ বৰ্মন ফাউণ্ডেচন ‘কৈহাটী’ৰ উদ্যোগত ৫ জুনত চতুৰ্দশ বাৰ্ষিক বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন

পশ্চিম নলবাৰীৰ গংগাধৰ বৰ্মন ফাউণ্ডেচন ‘কৈহাটী’ৰ উদ্যোগত ৫ জুনত চতুৰ্দশ বাৰ্ষিক বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন

by News Desk
A+A-
Reset
aaa

দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰীৰ কৈহাটীৰ গংগাধৰ বৰ্মন ফাউণ্ডেচেনৰ উদ্যোগত অহা পাঁচ জুনত চতুৰ্দশ বাৰ্ষিক বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰা হৈছে৷ সৰুক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়, বৰকাপলাত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব সৰুক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মনোৰঞ্জন বৰুৱাই৷

৯ঃ১৫ বজাত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰিব শিক্ষাবিদ হৰেন্দ্ৰ নাথ ডেকাই৷ বন্তি প্ৰজ্বলন কৰিব শ্ৰীশ্ৰী মনোহৰ দেৱ হাইস্কুল, বৰকাপলাৰ প্ৰধান শিক্ষক নগেন বৰুৱা আৰু ১৭ নং মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী দিপ্তী নাথে৷ পুৱা ৯ঃ৩০ বজাত গছপুলি ৰোপন অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ডেকা পেপাৰ এজেঞ্চীৰ স্বত্বাধিকাৰী সুনীল ডেকাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0