Home ৰাজ্যনলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ মে’ দিৱস পালন

নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ মে’ দিৱস পালন

by News Desk
A+A-
Reset
mmd

দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে চহৰৰ প্ৰতাপ নাৰায়ন চৌধুৰী টাউন মজলীয়া বিদ্যালয়ত মে’ দিৱসৰ লগতে ২৭ তম্ বাৰ্ষিক অধিৱেশন উদযাপন কৰা হয়।

পুৱা ৯ বজাত সন্থাৰ পতকা উত্তোলন, ১০ বজাত বিষয় বাছনি সভা, ১১ বজাত সাধৰণ সভা অনুষ্ঠিত হয়। উক্ত মে’ দিৱসত নিৰ্দিষ্ট বক্তা হিচাপে ধমধমা উন্নয়ন সমিতিৰ সম্পাদক দ্বীপেন শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ধনেশ্বৰ ডেকাসহ জিলাখনৰ ভালে সংখ্যক শ্ৰমিকৰ লগতে নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ সভাপতি লাৱণ্য কলিতা, সম্পাদক হেমন্ত কুমাৰ ডেকা আৰু কাৰ্যালয় সম্পাদক ক্ষিতীশ হালৈও উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0