94
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰীৰ শান্তিপুৰ নিবাসী শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী প্ৰফুল্ল কলিতা (৭৭)ৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে।
তেওঁৰ মৃত্যুত নলবাৰীত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুৰ বাতৰি শুনাৰ লগে লগে অজস্ৰ গুনমুগ্ধই আহি চোতাল ভীৰ কৰেহি।