Home বাণিজ্যশিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত পুষ্টি পষেকৰ প্ৰদৰ্শনী মেলা সম্পন্ন

শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত পুষ্টি পষেকৰ প্ৰদৰ্শনী মেলা সম্পন্ন

by News Desk
90 views
A+A-
Reset

বৰপেটাঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিশ্ব বিখ্যাত ঢাৰী নগৰী¸ বিদ্যা নগৰী তথা ক্ষুদ্ৰ উদ্যোগৰ বাণিজ্য নগৰী কয়াকুছিত অৱস্থিত পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পুষ্টি পষেক প্ৰদৰ্শনী মেলা শুকুৰবাৰে আয়োজন কৰা হয়।

উক্ত দিনজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুষ্টি বিষয়ত খাদ্য প্ৰদৰ্শনীৰ আয়োজন কৰে মুখ্য সেৱিকা আৰু বিভিন্ন অঙ্গনৱাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলে। বিভিন্ন শাক-চবজি, ফল-মূল, সুষম খাদ্য আৰু গাখীৰ, কণী আদি প্ৰদৰ্শনীৰে আয়োজন কৰা মেলাত মনোমোহা পৰিৱেশ সৃষ্টি কৰি সকলোকে আনন্দিত কৰি তোলে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0