Home ৰাজ্যহেলনাৰপামত আটক আৰবী কলেজৰ অধ্যক্ষ

হেলনাৰপামত আটক আৰবী কলেজৰ অধ্যক্ষ

by News Desk
59 views
A+A-
Reset

বৰপেটাঃ যোৱা ১৮ মে’(শনিবাৰে) বাক্সা জিলাৰ অন্তৰ্গত হাউলীৰ ওচৰৰ ইটাৰভটা-হেলনাৰপাম গাঁৱত অৱস্থিত তথা বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ এলেকাধীন জামিয়া ইছলামিয়া ছালাফিয়া আৰবী কলেজৰ অধ্যক্ষক আটক কৰিছে বৰপেটা জিলাৰ আৰক্ষীয়ে৷ জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ সন্দেহত আটক হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে। 

বৰপেটা জিলাৰ হাউলী, বৰপেটাৰোড, পাটাছাৰকুছি, গুৱাহাটী পানবাজাৰ আদি থানাত আৰক্ষীয়ে অধিক সোধা-পোচা কৰাৰ পিছত যোৱা কালি  পুনৰ হাউলীৰ আৰক্ষীয়ে অধ্যক্ষ নুৰুল ইছলাম নাদভীক বৰপেটা আদালতত হাজিৰ কৰাই যদিও পুনৰ ৪ দিনৰ বাবে নিজৰ জিম্মালৈ আনিছে।আৰক্ষীৰ জালত পৰা আৰবী কলেজৰ অধ্যক্ষক লৈ বাতৰি প্ৰচাৰ হোৱাৰ দিনৰে পৰাই বনজুঁইৰ দৰে চৌদিশে বিয়পি পৰাত উক্ত বাতৰিটো লৈ বৰপেটা আৰু বাক্সা জিলা দুখনত আজিও চেপা উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0