Home ৰাজ্যবৰপেটাৰোডত কংগ্ৰেছ কাৰ্যালয়ত ওলমিল বিজেপিৰ পতাকা

বৰপেটাৰোডত কংগ্ৰেছ কাৰ্যালয়ত ওলমিল বিজেপিৰ পতাকা

by News Desk
A+A-
Reset
cb

সানি দাম, বৰপেটাৰোডঃ লোকসভা নিৰ্বাচনত বিজেপিয়ে আশাতীত ভাল ফলাফল প্ৰদৰ্শন কৰাৰ পাছত নামনি অসমৰ বাণিজিক চহৰ বৰপেটাৰোড ৰে’লৱে ষ্টেচনৰ সমীপত অৱস্থিত কংগ্ৰেছ দলৰ কাৰ্যালয় ৰাজীৱ ভৱনত এখন বৃহৎ আকাৰৰ বিজেপিৰ পতাকা ওলমি থকাত দেখা গ’ল।

চহৰখনৰ কংগ্ৰেছী মহলৰ লগতে সচেতনত জনগণৰ মাজত এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিজেপিৰ পতাকাখন কংগ্ৰেছৰ কাৰ্যালয়ত ওলমি থকাৰ বাতৰি পায়ে কংগ্ৰেছ দলৰ সেৱা দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাবধায়ক ধীৰাজ দেউৰী, গোৱৰ্ধনা ব্লক কংগ্ৰেছৰ সভাপতি ফাৰুক আব্দুল্লাহ সমন্বিতে কংগ্ৰেছৰ নেতা-কৰ্মীসকল কাৰ্যালয়টোত উপস্থিত হৈ এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনোৱাৰ উপৰি তেওঁলোকে বিজেপিৰ পতাকাখন নমাই আনি কাষৰ নলাত পেলাই দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0