119
সপোন ৰহমান শইকীয়া, মৰিয়নীঃ মৰিয়নী জংচনৰ কাষতে লাগি থকা ৰে’ল ডিজেল ষ্টেটতৰ বাবে তৈয়াৰ কৰা গৃহ এটাত বৰ্তমান তিতাবৰ মহকুমাৰ বিভিন্ন স্থানত নিয়োজিত হৈ থকা অতিৰিক্ত CRPFৰ জোৱানসকল থকা গৃহটোত এডাল প্ৰাপ্তবয়স্ক কেকো সাপ জোৱানসকলে প্ৰত্যক্ষ কৰাত ৰে’ল বিভাগক খবৰ দিয়ে৷
