• মহানগৰীত আকৌ গুলীচালনাৰ ঘটনা।

• বেলতলাৰ গুৰুদ্বাৰত ধৰ্মীয় অনুষ্ঠান চলি থাকোতেই অঘটন।

• লখৱিন্দৰ সিং নামৰ এজন লোকৰ গুলীচালনা।

• লখৱিন্দৰৰ গুলীত নিহত হৰবিন্দৰ সিং নামৰ এজন ব্যৱসায়ী।

• দেওবাৰে দুপৰীয়া সংঘটিত হয়  এই ঘটনা।

• সাধাৰণ তৰ্ক-বিতৰ্কৰ পিছতে গুলী চলাই লখৱিন্দৰে।

⇒ more details awaiting...