১১৩৪ গৰাকী টেট উত্তীৰ্ণক নিযুক্তি পত্ৰ প্ৰদান হাগ্ৰামাৰ

Home ৰাজ্য১১৩৪ গৰাকী টেট উত্তীৰ্ণক নিযুক্তি পত্ৰ প্ৰদান হাগ্ৰামাৰ

১১৩৪ গৰাকী টেট উত্তীৰ্ণক নিযুক্তি পত্ৰ প্ৰদান হাগ্ৰামাৰ

by News Desk
73 views
A+A-
Reset

কোকৰাঝাৰঃ বিটিএডিৰ শৈক্ষিক দুৰৱস্থাৰ মাজতে আজি সৰ্বশিক্ষা মিচনৰ অধীনত ১১৩৪ গৰাকী টেট উত্তীৰ্ণক নিযুক্তিপত্ৰ প্ৰদান কৰে বিটিচিৰ শিক্ষা বিভাগে। কোকৰাঝাৰৰ চান্দামাৰিস্থিত গৌৰাং পাৰ্কত থকা বডোফা সাংস্কৃতিক প্ৰকল্পত আজি বিটিচিৰ শিক্ষা বিভাগে আয়োজন কৰা নিযুক্তি পত্ৰ বিতৰণৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১১৩৪ গৰাকী টেট উত্তীৰ্ণক আনুষ্ঠানিকভাৱে ঠিকাভিত্তিক নিযুক্তিপত্ৰ প্ৰদান কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে।

বিটিএডিৰ চাৰিওখন জিলাৰ পৰা অহা সহস্ৰাধিক টেটে উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজত আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শিক্ষকসকলক ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় । এগৰাকী শিক্ষকক ৰাজনীতিবিদকৈও অধিক সন্মান সমাজে  যাঁচে আৰু পূৰ্বতে শিক্ষকৰ কথামতেহে ৰাইজে ভোটদান কৰিছিল বুলি মন্তব্য কৰি মহিলাৰীয়ে ৰাজনীতিৰ সলনি সুস্থ্য সমাজ গঠন কৰাৰ ক্ষেত্ৰত আগভাগ লবলৈ শিক্ষক-শিক্ষয়িত্ৰীলৈ আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0