Home ৰাজনীতিলক্ষ্য শান্তি! তৃতীয় বড়ো চুক্তিৰ অন্তত BTAD হ’লগৈ BTR

লক্ষ্য শান্তি! তৃতীয় বড়ো চুক্তিৰ অন্তত BTAD হ’লগৈ BTR

by News Desk
A+A-
Reset
btr

কোকৰাঝাৰঃ নতুন দিল্লীত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে বিটিএডিত ব্যাপক আনন্দৰ জোঁৱাৰ উঠিছে। বিটিএডিৰ চাৰিওখন জিলাৰ বিভিন্ন প্ৰান্তত চুক্তি স্বাক্ষৰৰ পিছতে ফটকা ফুটাই জনতাই আনন্দ উলাহ কৰাৰ সমান্তৰালভাৱে আজি পুৱাৰে পৰা এবছুৰ কোকৰাঝাৰস্থিত মুখ্য কাৰ্যালয়ত ব্যাপক আনন্দ উলাহ পৰিলক্ষিত হয়। জনতাই খাম, চিফুঙৰ তালে তালে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

এনডিএফবিয়ে বিগত প্ৰায় চাৰিটা দশকজুৰি বিটিএডি অঞ্চলত অব্যাহত থকা অস্ত্ৰ সংস্কৃতিৰ ওৰ পেলাই কেন্দ্ৰ, ৰাজ্য চৰকাৰ, এনডিএফবিৰ চাৰিটা গোট, এবছু, ইউবিপিঅৰ মাজত আজি নতুন দিল্লীত তৃতীয়খন ঐতিহাসিক বড়ো শান্তিৰ পিছ মুহূৰ্তৰ পৰাই প্ৰস্তাৱিত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন চমুকৈ বিটিআৰ-ত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0