Home ৰাজ্যধন হেৰুৱাই হুক-হুকাই কান্দিলে ব্যৱসায়ীয়ে

ধন হেৰুৱাই হুক-হুকাই কান্দিলে ব্যৱসায়ীয়ে

by News Desk
71 views
A+A-
Reset

ৰঙিয়াঃ আপুনি বা আপোনাৰ পৰিয়াল সহ: বিশেষ কামত আন ঠাইলৈ আহি লজত থাকিব বিচাৰিছে যদি এতিয়াৰ পৰা সাৱধান হ’বৰ হ’ল। ৰঙিয়া ষ্টেশ্যনৰ এখন লজত আজি নিশাৰ ভাগত সংঘটিত হোৱা এক ধন লুটৰ ঘটনাই বিভিন্ন কামৰ বাবে আহি লজত থাকিবলৈ লোৱাসকলক চিন্তিত কৰি তুলিছে।

ঘটনাৰ বিষয়ে জানিব পৰা মতে অসমলৈ কাপোৰ ব্যৱসায় কৰিবলৈ অহা উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ ৮ জন ব্যৱসায়ীয়ে যোৱা  ১৫ দিন ধৰি ৰঙিয়া ষ্টেশ্যনৰ হেপ্পী ভিউ লজত থাকিবলৈ লৈছিল। ব্যৱসায়ী কেইজনে এনেদৰে লজটোত থাকি ৰঙিয়া মহকুমাৰ বিভিন্ন অঞ্চলত কাপোৰ ফেৰি কৰি আহিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0