58
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ডিংডিঙ্গা আৰক্ষী চকীৰ অন্তৰ্গত গ্ৰাহামপুৰ মৰনৈ চাহ চাগিচাৰ ফেক্টৰীৰ সন্মুখৰ পৰাই আজি এগৰাকী ব্যৱসায়ী অপহৃত হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
অচিনাক্ত দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি নিয়া ব্যৱসায়ীগৰাকীক গোৱালপাৰাৰ নৱীন যোশী বুলি জানিব পৰা গৈছে ।