66
গুৱাহাটীঃ এম পি জুয়েলাৰ্ছৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ পিছত মহানগৰীৰ মাজ-মজিয়াত এইবাৰ সংঘটিত হ’ল গুলীচালনাৰ ঘটনা। শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত গীতানগৰ থানাৰ সমীপৰ চিনাকি পথত সংঘটিত হয় এই ঘটনা।
প্ৰত্যক্ষদৰ্শীসকলে সদৰী কৰা মতে, চাৰিজনীয়া দুজনীয়া দুৰ্বৃত্তৰ দল এটাই পথটোৰ ১৯নং গৃহত ভাৰতীয়া হিচাপে থকা অঞ্জন পাল নামৰ এজন লোকক লক্ষ্য কৰি গুলীচালনা সংঘটিত কৰে। ফলত অঞ্জন পালৰ পেটত গুলী লাগে।