59
গুৱাহাটীঃ এগৰাকী কেব চালকক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত একাংশ লোকে মাৰ কৰাত ক্ষোভিত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ কেব চালকসকল৷ যাৰ ফলত মঙলবাৰে পুৱাই গুৱাহাটী মহানগৰীৰ সমীপৰ আজাৰা থানা ঘেৰাও কৰি সদৌ অসম কেব পৰিচালক সন্থাই দোষীক আটক কৰি শাস্তি প্ৰদানৰ দাবী জনায়৷
